December 3, 2025 12:40 PM December 3, 2025 12:40 PM

views 11

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৰিলায়েন্স জিঅ’ৰ সৈতে চুক্তিত স্বাক্ষৰ

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় ঘাইপথত দূৰসংযোগ আধাৰিত সুৰক্ষা সতৰ্কতা প্ৰণালী স্থাপন কৰাৰ বাবে ৰিলায়েন্স জিঅ'ৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰিছে। পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰাসকলক সময়মতে তথ্য যোগান ধৰি পথ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাই এই উদ্যমৰ মূল উদ্দেশ্য। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰাসকলে দুৰ্ঘটনাৰ আশংকাৰ পূৰ্বেই বাহনৰ গতি আৰু বাহন চালন আচৰণ ঠিক কৰিব পাৰিব। ইয়াৰ অধীনত যাত্ৰীসকলে এছ এম এছ, ৱাটছএপ আৰু উচ্চ অগ্ৰাধিকাৰ কলৰ জৰি...

October 19, 2025 1:25 PM October 19, 2025 1:25 PM

views 31

ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ জনসাধাৰণলৈ ফাষ্টটেগ বাৰ্ষিক পাছ উপহাৰ

দেশৰ জনসাধাৰণে এই উৎসৱৰ বতৰত দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাষ্ট্ৰীয় এক্সপ্ৰেছ ৱে'ত নিজৰ পৰিয়াল তথা বন্ধুবৰ্গক কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ এবছৰৰ বাবে ভ্ৰমণ কৰাৰ সুবিধা হোৱাকৈ ফাষ্টটেগ বাৰ্ষিক পাছ উপহাৰ দিব পাৰে। ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ ৰাজমাৰ্গ যাত্ৰা মোবাইল এপ্লিকেচনৰ জৰিয়তে ব্যক্তিগত বাহনসমূহৰ বাবে এই উপহাৰ প্ৰদান কৰিব পাৰে। গুগল প্লে ষ্ট'ৰৰ জৰিয়তে এই এপটো ডাউনলোড কৰিব পাৰে। জনসাধাৰণে নিজৰ আত্মীয়সকললৈ এই পাছ উপহাৰ হিচাপে দিবৰ বাবে মোবাইল এপ্লিকেচনৰ এড পাছত ক্লিক কৰি বাহনখনৰ সৱিশেষ তথা নিৰ্...

December 25, 2024 11:59 AM December 25, 2024 11:59 AM

views 13

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কর্তৃপক্ষই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে বিপথগামী গৰুৰ আশ্ৰয় শিবিৰ স্থাপনৰ পৰিকল্পনা

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কর্তৃপক্ষ, এনএইচএআইয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে বিপথগামী গৰুৰ আশ্ৰয় শিবিৰ স্থাপনৰ পৰিকল্পনা কৰিছে। পথ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু পশুৰ পৰা হব পৰা দুৰ্ঘটনা হ্ৰাস কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে এটা বিবৃতিযোগে কয় যে যাত্ৰীৰ বাবে এক সুৰক্ষিত ভ্রমণ অভিজ্ঞতাৰ বাতাবৰণ সৃষ্টিৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখিবলৈ পোৱা গৰু আৰু অনান্য জীৱ-জন্তুৰ যত্ন আৰু পৰিচালনা নিশ্চিত কৰাই এই পাইলট প্রকল্পৰ প্ৰধান লক্ষ্য হব। পাইলট প্রকল্পৰ অধীনত স্থাপন হবলগ...

December 18, 2024 9:12 PM December 18, 2024 9:12 PM

views 11

ঠিকাদাৰসকললৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰ্দেশনা জাৰি

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথৰ কাষত ধাতুৰে নিৰ্মিত দুৰ্ঘটনাৰোধক স্থাপনৰ বাবে নির্ধাৰিত নির্দেশনাসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ ঠিকাদাৰসকললৈ নিৰ্দেশনা জাৰি কৰিছে। পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ এটা বিবৃতিত নিৰ্দেশনা অনুসৰি ঠিকাদাৰসকলে দুৰ্ঘটনাৰোধকৰ বাবে যোগান ধৰা সামগ্ৰী ক্ৰেছ টেষ্ট ৰিপৰ্টত দিয়াৰ দৰে বিশেষ হ'ব লাগে আৰু প্ৰস্তুতকাৰীয়ে প্ৰদান কৰা পদ্ধতি অনুসৰি স্থাপন কৰিব লাগিব বুলি প্ৰকাশ কৰে। ইয়াৰ উপৰি নিৰ্ধাৰিত আৰ্হি আৰু মান ৰক্ষা কৰি স্থাপন কৰা প্ৰতিৰোধকৰ বাবে তেওঁলোকে প্রস্তুতকাৰ...

April 15, 2024 8:00 PM April 15, 2024 8:00 PM

views 14

পৰিৱেশ অনুকূল ব্যৱস্থা প্ৰয়োগেৰে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে সবল ভেঁটি স্থাপন কৰ্মশালাত

ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ NHAIএ আজি নতুন দিল্লীত পৰিৱেশ অনুকূল প্রশমন ব্যৱস্থাকে ধৰি পৰিৱেশ আৰু অৰণ্য ৰক্ষা বিষয়ক এখন দিনজোৰা ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাৰ উদ্দেশ্য হৈছে - পৰিৱেশ অনুকূল ব্যৱস্থা প্ৰয়োগেৰে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে সবল ভেঁটি স্থাপন কৰা। কৰ্মশালাত সমগ্ৰ দেশতে পৰিৱেশ অনুকূল ঘাইপথ আন্তঃগাঁথনি তৈয়াৰ কৰাৰ বাবে প্রশমন ৰণনীতি বিষয়ক বিভিন্ন বিষয় লৈ আলোচনা কৰা হৈছে।  এই উপলক্ষে দিয়া ভাষণত NHAIৰ অধ্যক্ষ সন্তোষ কুমাৰ যাদৱে বহনক্ষম আন্ত...