May 25, 2024 12:11 PM May 25, 2024 12:11 PM

views 10

ক্রীড়া কোটাৰ অধীনত পুৰুষ-মহিলাৰ ২৪টা পদৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিযুক্তিৰ অধিসূচনা প্রকাশ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই ক্রীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ ২৪টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্রকাশ কৰিছে। ভাৰতীয় নাগৰিক আৰু যোগ্যতাৰ সকলো মাপকাঠি পূৰ্ণ কৰা ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলে এই আবেদন দাখিল কৰিব পাৰিব। এই নিযুক্তি লেবেল একৰ পৰা পঞ্চমলৈকে বিভিন্ন পদৰ বাবে হ'ব । পদসমূহৰ বাবে আবেদনৰ অন্তিম দিন ৯ জুন ধাৰ্য্য কৰা হৈছে। আগ্রহী প্রার্থীয়ে www.nfr.indianrailways.gov.in ৱেবচাইট যোগে আবেদন কৰিব পাৰিব। ভাৰোত্তোলন, গল্ফ, বক্সিং, চাইক্লিং, ক্রিকেট, বেডমিণ্টন, ফুটবল, টেবল টেনিচ খেলু...