June 15, 2024 9:17 PM June 15, 2024 9:17 PM
10
আগৰতলাৰ পৰা ছাব্ৰুমলৈ আৰু লামডিঙৰ পৰা মৰিয়নিলৈ ৰে’লসেৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত উত্তৰ-পূব ৰে’লৱেৰ
উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগৰতলাৰ পৰা ছাব্ৰুমলৈ শিয়ালদহ-আগৰতলা-শিয়ালদহ সংযোগী কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু আলিপুৰদুৱাৰ জংছনৰ পৰা লামডিং হৈ আলিপুৰদুৱাৰ জংছন সংযোগী ইণ্টাৰছিটী এক্সপ্ৰেছৰ সেৱা লামডিঙৰ পৰা মৰিয়নিলৈ সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। কাইলৈৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ’ব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেই প্ৰকাশ কৰা মতে, প্রতি মঙল, বৃহস্পতি, শুক্ৰ আৰু দেওবাৰে শিয়ালদহৰ পৰা কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখনে পুৱা ৬ বাজি ৫০ মিনিটত যাত্ৰা কৰিব। আনহাতে, বুধ, শুক্র, শনি ...