May 11, 2024 11:00 AM

views 24

নিউ জলপাইগুৰি ষ্টেচনৰ পৰা ‘ভাৰত গৌৰৱ পৰ্যটন বিশেষ ৰে’ল’ চলাচলৰ কথা ঘোষণা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে'লৱেৰ এটা সূত্ৰই উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ নিউ জলপাইগুৰি ষ্টেচনৰ পৰা ভাৰত গৌৰৱ পৰ্যটন বিশেষ ৰে'ল চলোৱাৰ কথা ঘোষণা কৰিছে। আই আৰ চি টিৰ দ্বাৰা পৰিচালিত এই ৰে’লখন অহা ১৮ মে’ তাৰিখে নিউ জলপাইগুৰিৰ পৰা যাত্ৰা আৰম্ভ কৰিব। ৰে'লখনে ভ্রমণ কাৰ্যসূচীত মাতা বৈষ্ণোদেৱী, হৰিদ্বাৰ, ঋষিকেশ, মথুৰা, বৃন্দাবন আৰু অযোধ্যাৰ দৰে গুৰুত্বপূৰ্ণ গন্তব্য স্থানসমূহ সামৰি ল'ব। এই বিশেষ পৰ্যটন ৰে’লখনে ৯ দিনীয়া কাৰ্যসূচীৰে ভ্ৰমণ কৰি ২৬ মে’ তাৰিখে যাত্ৰা সমাপ্ত কৰিব। ভাৰত গৌৰৱ পৰ্যটক ৰে’ল হৈছে ভ্ৰমণ উৎসাহীসকলৰ বাবে ...