December 11, 2024 8:24 PM

views 12

পশ্চিমবংগৰ জোৰাই ৰে’ল ষ্টেচনত ৰে’ল অৱৰোধ; কেইবাখনো ৰে’লগাড়ীৰ যাত্ৰা পথ সলনি

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ আলিপুৰ সংমণ্ডলৰ অধীনৰ অসম সীমান্তৰ ওচৰত পশ্চিমবংগৰ জোৰাই ৰে'ল ষ্টেচনত আজি কেইবাটাও কোচ-ৰাজবংশী সংগঠনে আহ্বান দিয়া অনির্দিষ্টকালীন ৰে'ল অৱৰোধৰ ফলত ৰাজধানী এক্সপ্ৰেছকে ধৰি কেইবাখনো ৰে'লগাড়ীৰ যাত্ৰা পথ সলনি কৰিবলগীয়া হয়। এই অৱৰোধৰ বাবে আজি গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰা বন্দে ভাৰত এক্সপ্ৰেছ আৰু বঙাইগাঁও-নিউ জলপাইগুৰিৰ মাজত চলাচল কৰা এক্সপ্ৰেছকেইখনৰো যাত্রা বাতিল কৰিবলগীয়া হয়। উত্তৰ-পূব সীমান্ত ৰে'লৱেই জনোৱা মতে আজি পুৱা প্ৰায় ৬ বাজি ৪৫ মিনিটত জোৰাই ৰে'ল ...