January 1, 2025 1:49 PM January 1, 2025 1:49 PM
6
আনন্দ-উৎসাহেৰে দেশৰ সমূহ জনসাধাৰণৰ ইংৰাজী নতুন বৰ্ষক আদৰণি
ইংৰাজী নতুন বছৰ ২০২৫ আৰম্ভ হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে যোৱা মাজনিশা ঘড়ীত ১২ বজাৰ লগে লগে ভাৰততো জনসাধাৰণে হৰ্যোল্লাসেৰে নতুন বছৰটোক আদৰণি জনায়। বিভিন্ন ঠাইত শংখধবনি আৰু গীৰ্জাৰ ঘণ্টাৰে ইংৰাজী নতুন বছৰক আদৰণি জনোৱা হয়। নিশা বহু পৰলৈকে আতচবাজী আৰু জয়ধবনিৰে জনসাধাৰণে ইংৰাজী নতুন বছৰটোৰ প্ৰৱেশক উদযাপন কৰে। অমৃতচৰৰ স্বৰ্ণ মন্দিৰতো যোৱা নিশা নতুন বছৰ উপলক্ষে বিশেষ প্রার্থনাৰ আয়োজন কৰা হয়। বিশ্বৰ বিভিন্ন প্রান্তত স্থানীয় সময় অনুসৰি ভাৰততকৈ পূর্বেই নতুন বছৰে প্ৰৱেশ কৰে আৰু সেই দেশসমূহৰ জনসাধাৰণে ...