July 28, 2024 8:25 PM

views 19

ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যক অসমৰ আৰু প্ৰাক্তন লোকসভা সাংসদ ৰমেন ডেকাক ছত্তিশগড়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি

ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। শ্ৰী আচাৰ্যক মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। উল্লেখযোগ্য যে লক্ষ্মণপ্রসাদ আচাৰ্যই ২০১৫ চনৰ পৰা ২০২৩ চনলৈ উত্তৰপ্ৰদেশ বিধানসভাৰ জনপ্রতিনিধি হিচাপে সেৱা আগবঢ়াইছিল। ইফালে ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে, অসমৰ প্ৰাক্তন লোকসভা সাংসদ ৰমেন ডেকাক ছত্তিশগড়ৰ ৰাজ্...