March 16, 2025 7:51 PM
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সন ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সন ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হয়। তেওঁৰ সৈতে দেশখনৰ কেইবাগৰাকীও মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, উদ্যোগপতি আৰু ভাৰতীয় সম্প্...