March 16, 2025 7:51 PM

views 17

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সন ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সন ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হয়। তেওঁৰ সৈতে দেশখনৰ কেইবাগৰাকীও মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, উদ্যোগপতি আৰু ভাৰতীয় সম্প্ৰদায়ৰ সদস্যকে ধৰি এটা উচ্চস্তৰীয় প্ৰতিনিধি দলো ভাৰতলৈ আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এখন বিজ্ঞপ্তিত প্ৰকাশ কৰে, যে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ সম্পৰ্কৰ বিভিন্ন দিশ সামৰি আলোচনা কৰিব। শ্ৰীলাক্সনে দশম ৰাইচিনা ...

March 16, 2025 2:06 PM

views 18

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্ট’ফাৰ লাক্সনৰ ৫ দিনীয়া ভাৰত ভ্রমণসূচী

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্ট'ফাৰ লাক্সন ৫ দিনীয়া ভ্রমণসূচীৰে আজি ভাৰতলৈ আহিব। তেওঁৰ সৈতে দেশখনৰ কেইবাগৰাকীও মন্ত্রী, জ্যেষ্ঠ বিষয়া, উদ্যোগপতি আৰু ভাৰতীয় সম্প্ৰদায়ৰ সদস্যকে ধৰি এটা উচ্চস্তৰীয় প্রতিনিধি দলো ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিত এইবুলি কৈছে, যে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ সম্পৰ্কৰ বিভিন্ন দিশ সামৰি আলোচনা কৰিব। শ্ৰীলাক্সনে দশম ৰাইচিনা আলোচনা ২০২৫ ৰ উদ্...