December 31, 2024 1:27 PM December 31, 2024 1:27 PM

views 6

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ উদ্যোগত উভতি চাওঁ-২০২৪ শীর্ষক এটা বিশেষ অনুষ্ঠান

চাওঁতে চাওঁতে ইংৰাজী ২০২৪ বৰ্ষই বিদায় ল'বলৈ ওলাইছে। আৰু কেইটামান ঘণ্টাৰ পাছতে ২০২৪-এ বিদায় ল'ব আৰু এটা নতুন বৰ্ষ আৰম্ভ হ'ব। ৰাজনীতি, সমাজনীতি, সাহিত্য-সংস্কৃতি, চলচ্চিত্র, ক্রীড়া আৰু বিজ্ঞান-প্ৰযুক্তি জগতৰ বহু ঘটনা-পৰিঘটনাৰ সাক্ষী হৈ ৰ'ল ২০২৪ বছৰটো। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ উদ্যোগত আজি নিশা ৮ বাজি ২ মিনিটত উভতি চাওঁ-২০২৪ শীর্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। বিশিষ্ট চলচ্চিত্র সমালোচক, লেখক উৎপল দত্ত, জ্যেষ্ঠ সাংবাদিক জিতেন্দ্র কুমাৰ চৌধুৰী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাত...