January 1, 2026 1:03 PM January 1, 2026 1:03 PM
4
নৱবৰ্ষ উপলক্ষে জনসাধাৰণলৈ প্রধানমন্ত্ৰী, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ শুভেচ্ছা
নৱবৰ্ষ উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জনাইছে। প্রধানমন্ত্রী মোদীয়ে নৱবৰ্ষ উপলক্ষে দিয়া এটা বাৰ্তাত ২০২৬ বৰ্ষই সকলোৰে বাবে সু-স্বাস্থ্য, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই অনাৰ লগতে সমাজত সুখ-শান্তি অক্ষুণ্ণ থাকিব বুলি আশা প্রকাশ কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই নৱবৰ্ষ উপলক্ষে দিয়া এটা শুভেচ্ছাবাণীত সকলোৰে জীৱনলৈ নতুন বছৰে প্ৰগতি তথা সমৃদ্ধিৰ সুযোগ কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে। তেওঁ লগতে অসমৰ প্ৰাকৃ...