November 22, 2025 12:46 PM
5
গুৱাহাটীত অচিৰেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰা হ’ব : মুখ্যমন্ত্রী
গুৱাহাটীত অচিৰেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিছে। বিশ্বৰ কেইবাখনো দেশৰ ...