June 15, 2024 9:28 PM

views 20

বাল্যবিবাহ-নাৰী নিৰ্যাতনত জড়িত অপৰাধী সাৰি নাযাবৰ বাবে অধিবক্তাসকলক উচিত পদক্ষেপ গ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ

বাল্যবিবাহ আৰু নাৰী নিৰ্যাতনৰ ঘটনাত জড়িত গোচৰসমূহৰ অপৰাধী যাতে সাৰি নাযায় তাৰ বাবে অধিবক্তাসকলক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। তেওঁ শিৱসাগৰ জিলাৰ বিষ্ণুনগৰত নতুনকৈ নিৰ্মাণ কৰা ন্যায়িক আদালতৰ ভৱনৰ আনুষ্ঠানিকভাৱে মুকলি কৰি সমগ্ৰ ৰাজ্যতে আইনী আন্তঃগাঁথনি উন্নত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্বআৰোপ কৰে। আদালত ভৱনটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে আইনী আন্তঃগাঁথনি উন্নত কৰাৰ লগতে ৰাজ্যত ন্যায়ৰ সুবিধা সুনিশ্চিত কৰাৰ চেষ্টা চলাই ...