May 15, 2025 11:42 AM
10
উত্তৰ প্ৰদেশৰ জেৱৰ বিমান বন্দৰৰ সমীপত ছেমিকণ্ডাক্টৰ গোট স্থাপনৰ প্ৰস্তাৱত অনুমোদন
কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশৰ জেৱৰ বিমান বন্দৰৰ সমীপত এটা ছেমিকণ্ডাক্টৰ অৰ্থাৎ অৰ্ধ পৰিবাহী গোট স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত কালি এখন সংবাদমেলত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে এই গোটটো ভাৰত ছেমিকণ্ডাক্টৰ অভিযানৰ অধীনত এইচ চি এল আৰু ফক্সকনে যুটীয়াভাৱে স্থাপন কৰিব। তেওঁ কয়, যে প্রতি মাহে ২০ হাজাৰ ৱেফাৰ নিৰ্মাণ কৰিব পৰাকৈ এই প্ৰকল্পটো বিকশাই তোলা হৈছে। প্ৰকল্পটোৰ ডিজাইন আউটপুট ক্ষমতা মাহিলী ৩ কোটি ৬০ লাখ ইউনিট বুলি শ্রীবৈষ্ণৱে প্ৰকাশ কৰিছে । তেওঁ কয়, যে জে...