June 28, 2025 10:23 PM

views 75

২০২৫-২৬ নতুন শিক্ষাবৰ্ষৰ বাবে সকলো বিদ্যালয়লৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ নীতি-নিৰ্দেশনা

ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ২০২৫-২৬ নতুন শিক্ষাবৰ্ষত সকলো বিদ্যালয়ৰ বাবে প্রযোজ্য হোৱাকৈ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰতিগৰাকী শিক্ষকে পুৱা ৯ বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব। শিক্ষকসকলে শৈক্ষিক দিনপঞ্জীত নিৰ্ধাৰণ কৰা সময় অনুসৰিহে বিদ্যালয় এৰিব পাৰিব। বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষাসেঁতু এপত অন্তৰ্ভুক্ত কৰিব লাগিব। প্ৰতিগৰাকী শিক্ষার্থীৰ উপস্থিতিৰ তথ্য লোৱাৰ বাবে শ্রেণী শিক্ষক দায়বদ্ধ হ'ব। তদুপৰি সকলো স্নাতকোত্তৰ শিক্ষকে হাইস্কুল প...