June 11, 2024 11:06 AM

views 15

মোদী মন্ত্ৰীসভাৰ সদস্যসকলক দপ্তৰসমূহ প্ৰদান

মোদী মন্ত্ৰীসভাৰ সদস্যসকলক তেওঁলোকৰ দপ্তৰসমূহ প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক পুনৰবাৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্ব অর্পণ কৰাৰ লগতে অমিত শ্বাহক গৃহ আৰু সমবায় মন্ত্ৰী, নির্মলা সীতাৰমনক বিত্ত মন্ত্ৰী আৰু ড০ এছ জয়শংকৰক বিদেশ মন্ত্ৰী হিচাপে পুনৰ দায়িত্ব দিয়া হৈছে। নীতিন গাডকাৰীয়ে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি যাব। আনহাতে পীয়ুষ গোৱেলক বাণিজ্য আৰু উদ্যোগ তথা ধর্মেন্দ্র প্রধানক শিক্ষামন্ত্ৰী হিচাপে পুনৰ দায়িত্ব দিয়া হৈছে। বিজেপিৰ সভাপতি জে পি নাড্ডাই ...