August 27, 2025 12:01 PM
ৰাজস্থানৰ জয়ছেলমেৰ মেঘা গাঁৱত বিৰল প্ৰজাতিৰ কুম্ভীৰসদৃশ জীৱাশ্ম আৱিষ্কাৰ
ৰাজস্থানৰ জয়ছেলমেৰ মেঘা গাঁৱত গৱেষকসকলে বিৰল প্ৰজাতিৰ কুম্ভীৰসদৃশ জীৱাশ্ম আৱিষ্কাৰ কৰিছে। ১ দশমিক ৫ৰ পৰা ২ মিটাৰ পৰ্যন্ত দীঘল এই জীৱাশ্মটো প্ৰায় ২০ কোটি বছৰ পূৰ্বৰ জুৰাচিক যুগৰ বুলি অন...