July 31, 2024 5:54 PM

views 22

দেশৰ বিভিন্ন ৰাজ্যত আজি নতুন ৰাজ্যপালৰ শপত গ্ৰহণ

লক্ষ্মণ প্রসাদ আচার্যই আজি মণিপুৰৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰে। ইম্ফলৰ ৰাজভৱনত আজি পুৱা শপতগ্রহণ কাৰ্যসূচী অনুষ্ঠিত হয়। মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সিদ্ধার্থ মৃদুলে তেওঁক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙকে ধৰি কেবিনেট মন্ত্রী, বিধায়ক, আৰক্ষী আৰু অসামৰিক বাহিনীৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ইফালে অসমৰ প্ৰাক্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি পঞ্জাবৰ ৰাজভৱনত পাঞ্জাব আৰু চণ্ডীগড়ৰ নতুন ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰে। পাঞ্জাব আৰু ...