January 4, 2025 6:14 PM January 4, 2025 6:14 PM

views 6

পাৰ্থ সাৰথি মহন্তৰ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্রহণ

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে আজি পাৰ্থ সাৰথি মহন্তই আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰে। শীৰ্ষ আৰক্ষী বিষয়া মহন্তই নতুন দায়িত্ব গ্ৰহণ কৰি গুৱাহাটীবাসীৰ বাবে এটা নতুন হেল্পলাইন নম্বৰ মুকলি কৰে। ওজ আপত্তি তথা সমস্যাৰ বিষয়ে জনোৱাৰ বাবে ৬০২৬৯-০০৬৫১ ৱাটছআপ নম্বৰ মুকলি কৰাৰ বিষয়ে তেওঁ জানিবলৈ দিয়ে।এই ৱাটছআপ নম্বৰ ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে। মহানগৰৰ নতুন আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে আইনৰ গণ্ডীত থাকি চৰকাৰৰ মতে সকলো কাম কৰি যাবলৈ তেওঁ চেষ্টা কৰিব। মহানগৰীত অপৰাধ নিয়ন্ত্ৰণৰ ...