May 28, 2025 10:34 AM

views 20

সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে দি অহা সমর্থনক বিশ্বজুৰি উদঙাই দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত ভাৰতৰ

ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে দি অহা সমর্থনক বিশ্বজুৰি উদঙাই দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই উদ্দেশ্যে গঠন কৰা সৰ্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশ ভ্রমণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে নতুন দিল্লীৰ শূন্য সহনশীলতাৰ বাৰ্তাৰ বিষয়ে অৱগত কৰিছে। ডি এম কে সাংসদ কানিমুড়ি কৰুণানিধিৰ নেতৃত্বত প্ৰতিনিধি দলটো কালি গ্ৰীচত উপস্থিত হয়। শ্লোভেনিয়া আৰু ৰাছিয়া ভ্ৰমণ সমাপ্ত কৰি গ্ৰীচলৈ যোৱা দলটোৱে দেশখনৰ শীৰ্ষ বিষয়াসকলক সাক্ষাৎ কৰি সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ নব্য নীত...