December 20, 2024 11:55 AM
10
নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অহা বছৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ
নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অহা বছৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰা হ'ব। বিশ্ব পেৰা এথলেটিকছে কালি ঘোষণা কৰা মতে ভাৰতত প্ৰথমবাৰৰ বাবে এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। অহা বছৰৰ ২৬ ছেপ্তেম্বৰৰ পৰা ৫ অক্টোবৰলৈ এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। এয়া হ'ব প্ৰতিযোগিতাখনৰ দ্বাদশ সংস্কৰণ। চতুৰ্থবাৰৰ বাবে এছিয়া মহাদেশত আয়োজন কৰা এই প্ৰতিযোগিতা ইয়াৰ পূৰ্বে ২০১৫ চনত দোহাত, ২০১৯ত ডুবাই আৰু এই বছৰ কোবেত অনুষ্ঠিত হৈছিল। ভাৰতৰ ৰাজধানী চহৰখনত ইয়াৰ লগতে অহা বছৰ প্ৰথমবাৰৰ বাবে ১১ৰ পৰা ...