July 24, 2024 6:52 PM

views 19

নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্রীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ বাজেট আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আন্তৰিক শলাগ জ্ঞাপন কৰে। বৈঠকত দুয়োগৰাকীয়ে আনকেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰো আলোচনা কৰে। এই সম্পর্কত মুখ্যমন্ত্রী শর্মাই কয় যে, বিত্তমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা ধৰণে বান স্থিতিস্থাপক সবল অর্থনীতি গঢ়ি তোলাৰ বাবে ৰাজ্যখনলৈ সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তদ...