July 29, 2025 9:30 PM July 29, 2025 9:30 PM
8
নতুন দিল্লীৰ ভাৰত মণ্ডপমত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্রাবাস নিৰ্মাণৰ আধাৰশিলা স্থাপন
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত দেশজুৰি ধৰতী আবা জনজাতীয় গাঁও উৎকর্ষ অভিযানৰ অধীনত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্রাবাস নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। শিক্ষা মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানে ভার্চুৱেল ব্যৱস্থাৰে এই কাৰ্যসূচীক নেতৃত্ব দিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ ২০২৪-২৫ আৰু ২০২৫-২৬ বৰ্ষৰ বাবে মুঠ ২০৯টা ছাত্ৰাৱাস নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। ইয়াৰ জৰিয়তে ৮১৫ কোটি টকা ব্যয় সাপেক্ষে ২৩খন জিলাৰ ৫৪২খন গাঁৱক সামৰি লোৱা হ'ব। এই ছাত্ৰাৱাসমূহৰ...