September 21, 2024 10:32 AM

views 24

আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা আতিশ্বিৰ আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা আতিশ্বিয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ৰাজনিৱাসত দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই আতিশ্বিৰ লগতে অন্যান্য মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৰে শপতগ্ৰহণৰ দিনটোৰ পৰাই আতিশ্বিক দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে পাঁচ গৰাকী মন্ত্ৰী নিয়োগতো অনুমোদন দিছে। এই মন্ত্রীকেইগৰাকী হৈছে– গোপাল ৰায়, কৈলাশ গেহলট, সৌৰভ ভৰদ্বাজ, ইমৰান হুছেইন আৰু মুকেশ আলাৱাত। উল্লেখযোগ্য যে, বিজেপিৰ ...