October 21, 2025 11:55 AM
18
শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ ধেমাজি ঔদ্যোগিক প্রশিক্ষণ কেন্দ্রত এটা ছাত্রাবাসৰ শিলান্যাস
শিক্ষা তথা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি ধেমাজি অভিযান্ত্রিক বিদ্যালয়ৰ এটা ছাত্রীনিবাসৰ উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগৰ অধীনত নিৰ্মাণ কৰা এই ছাত্রীনিবাসটোৰ লগতে শিক্ষাৰ্থীৰ বর্ধিত সংখ্যালৈ লক্ষ্য ৰাখি আন এটা নিবাস নির্মাণৰো অনুমোদন দিয়া বুলি মন্ত্ৰীগৰাকীয়ে কালি উল্লেখ কৰে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে ধেমাজিৰ ভেহপৰাৰ ধেমাজি ঔদ্যোগিক প্রশিক্ষণ কেন্দ্রত উপস্থিত হৈ এটা ছাত্রাবাসৰ শিলান্যাস কৰে। ভাষণ প্রসঙ্গত মন্ত্ৰীগৰাকীয়ে কয়, যে টাটা...