January 17, 2025 11:06 AM

views 18

অসম প্রদেশ বিজেপিৰ পৰৱৰ্ত্তী সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা

অসম প্রদেশ বিজেপিৰ পৰৱৰ্ত্তী সভাপতিৰ নাম আজি দুপৰীয়া বিজেপি দলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। দৰং-ওদালগুৰি জিলাৰ সাংসদ তথা কেন্দ্ৰীয় বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দিলীপ শ‍ইকীয়াই ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত হৈছে। কালি সন্ধিয়া বিজেপিৰ বিদায়ী ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত একমাত্র সাংসদ দিলীপ শ‍ইকীয়াই সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে। কেন্দ্ৰীয় বিষয়ববীয়াৰে দীঘলীয়া আলোচনাত মিলিত হৈ বিদায...