December 8, 2025 8:20 PM December 8, 2025 8:20 PM

views 5

স্বচ্ছ শক্তিৰ ক্ষেত্ৰত মুঠ শক্তি উৎসৰ ৫০ শতাংশ অজীৱাশ্ম উৎসৰ পৰা আহৰণৰ লক্ষ্যত উপনীত হৈছে ভাৰত

ভাৰতে স্বচ্ছ শক্তিৰ ক্ষেত্ৰত মুঠ শক্তি উৎসৰ ৫০ শতাংশ অজীৱাশ্ম উৎসৰ পৰা আহৰণ কৰা লক্ষ্যত উপনীত হৈছে। দেশে ২০৩০ চনত এই লক্ষ্যত উপনীত হোৱাৰ বাবে লক্ষ্য নির্ধাৰণ কৰিছিল আৰু পাঁচ বছৰ পূৰ্বেই দেশ এই লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ল। লোকসভাত আজি শক্তি সম্পর্কীয় স্থায়ী সমিতিয়ে জলবায়ু সুৰক্ষাৰ ক্ষেত্ৰত থকা প্রতিশ্রুতিবদ্ধতাক সফলতাৰে ৰূপায়ণ কৰাৰ বাবে নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্রালয়কে ধৰি বিভিন্ন অংশীদাৰসকলক প্রশংসা কৰে। নতুন আৰু নবীকৰণযোগ্য মন্ত্রালয়ে দাখিল কৰা তথ্য অনুসৰি ২০২৫ চনৰ ৩০ জুন পর্যন্ত ভাৰতে...