July 21, 2024 8:35 PM July 21, 2024 8:35 PM

views 17

নেপালৰ কে পি শৰ্মা অ’লি চৰকাৰ আস্থাৰ ভোটত জয়ী

নেপালৰ কে পি শৰ্মা অ'লি চৰকাৰে দেশখনৰ নিম্ন সদন প্রতিনিধি সভাত দুই-তৃতীয়াংশ আস্থাৰ ভোট  লাভ কৰি জয়ী হয়। নিম্ন সদনৰ প্ৰতিনিধি সভাৰ মুঠ ২৬৩ সদস্যৰ মাজৰ উপস্থিত থকা ১৮৮ গৰাকী সদস্য ই চৰকাৰৰ সপক্ষে ভোট দিয়ে। উল্লেখ্য যে নেপালৰ সংবিধান অনুসৰি নৱনিযুক্ত প্রধানমন্ত্ৰীয়ে নিযুক্তিৰ ৩০ দিনৰ ভিতৰত সংসদত আস্থা প্ৰমাণ কৰিব লাগে । ৭২ বছৰীয়া প্ৰবীণ কমিউনিষ্ট নেতা কে পি শর্মা অলিয়ে সোমবাৰে চতুৰ্থবাৰৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ প'দেলে দেশখনৰ সৰ্ববৃহৎ কমিউনিষ্ট পাৰ্টি চি ...