July 21, 2024 12:15 PM

views 30

আজি নেপালৰ কে পি শৰ্মা অলি চৰকাৰৰ নিম্ন সদনত আস্থাৰ ভোট

নেপালৰ কে পি শৰ্মা অলি চৰকাৰে আজি নিম্ন সদন প্রতিনিধি সভাত আস্থাৰ ভোট বিচাৰিব। নেপালৰ সংবিধান অনুসৰি নৱনিযুক্ত প্রধানমন্ত্ৰীয়ে নিযুক্তিৰ ৩০ দিনৰ ভিতৰত সংসদত আস্থা প্ৰমাণ কৰিব লাগে। ৭২ বছৰীয়া প্রবীণ কমিউনিষ্ট নেতা কে পি শৰ্মা অ'লিয়ে সোমবাৰে চতুৰ্থবাৰৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ প'দেলে দেশখনৰ সৰ্ববৃহৎ কমিউনিষ্ট পার্টি চি পি এন- ইউ এম এলৰ অধ্যক্ষগৰাকীক নেপালী কংগ্ৰেছৰ সৈতে লগলাগি মিত্ৰজোঁট চৰকাৰ পৰিচালনাৰ দায়িত্ব অর্পণ কৰিছে৷ শ্রীঅ লিয়ে পুষ্পকমল দাহাল চৰকা...

June 7, 2024 11:26 AM

views 24

প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকিব নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দাহাল

নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দাহাল নতুন দিল্লীত হ'বলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব। সিং দৰবাৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছতে নেপাল চৰকাৰৰ মুখপাত্র তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰেখা শর্মাই এই কথা প্রকাশ কৰে। টেলিফোন যোগে হোৱা কথোপকথনত নেপালৰ প্রধানমন্ত্ৰীগৰাকীয়ে শ্ৰীমোদীক লোকসভা নিৰ্বাচনত এন ডি এৰ জয়লাভৰ বাবে শুভেচ্ছা জনায়। শ্রীদাহালে ভাৰত-নেপালৰ মাজৰ সম্পৰ্কক অধিক সুদৃঢ় কৰাৰ বাবে নতুনকৈ গঠন হ'বলগীয়া চৰকাৰখনৰ সৈতে বন্ধুত্ব সুলভ আৰু সহযোগিতাৰ মানসিকতাৰে কাম কৰি ...