April 29, 2025 7:38 PM April 29, 2025 7:38 PM
5
তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৫-২৬ শৈক্ষিক বৰ্ষত বি টেক, এম বি একে ধৰি ৮টা নতুন পাঠ্যক্ৰম মুকলি
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ নিৰ্দেশনা অনুসৰি দেশৰ উচ্চ শিক্ষা ব্যৱস্থাত বিপ্লৱৰ সূচনা কৰাৰ লক্ষ্যৰে তেজপুৰ বিশ্ববিদ্যালয়ে ২০২৫-২৬ শৈক্ষিক বৰ্ষত বি টেক, এম বি একে ধৰি ৮টা নতুন পাঠ্যক্ৰম মুকলি কৰিছে। এই দ্বৈত স্নাতক-স্নাতকোত্তৰ পাঠ্যক্ৰম হৈছে বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ এনে পাঠ্যক্ৰম, য’ত বি টেক আৰু এম বি এ-ক এটা সংহত পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। বিশ্ববিদ্যালয়খনে এই বছৰ আৰম্ভ কৰা অন্যান্য নতুন পাঠ্যক্ৰমসমূহৰ ভিতৰত ভাষিক আৰু ভাষা প্ৰযুক্তিৰ স্নাতক, সমাজতত্বৰ স্নাতক, সৌৰশক্তি ইঞ্জিনিয়া...