May 16, 2025 11:43 AM
ৰাছিয়াৰ সৈতে ইস্তানবুলত হ’বলগীয়া শান্তিবাৰ্তাত অংশগ্রহণ নকৰে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমীৰ জেলেনস্কিয়ে
ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমীৰ জেলেনস্কিয়ে ইস্তানবুলত ৰাছিয়াৰ সৈতে হ'বলগীয়া শান্তিবাৰ্তাত অংশগ্রহণ নকৰে বুলি ঘোষণা কৰিছে। অৱশ্যে দুয়ো দেশৰ মাজৰ উত্তেজনা হ্ৰাস কৰাৰ বাবে শ্রীজেলেনস...