June 8, 2024 9:05 PM June 8, 2024 9:05 PM
8
চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত ‘নীট’ত সম্পূৰ্ণ স্বচ্ছতা বজাই ৰখা বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ প্ৰকাশ
চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা অর্থাৎ নীট চলিত বৰ্ষত সম্পূৰ্ণ স্বচ্ছতা বজাই ৰাখি অনুষ্ঠিত কৰাৰ লগতে পৰীক্ষাৰ নীতি নিয়মৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা হোৱা নাছিল বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। যোৱা ৫ মেত অনুষ্ঠিত এই পৰীক্ষাৰ ফলাফল যোৱা ৪ জুনত ঘোষণা কৰা হয়। এই পৰীক্ষাত ৬০০ টা কেন্দ্ৰত অৱতীৰ্ণ এহেজাৰ ৬শ গৰাকী প্ৰাৰ্থীয়ে প্ৰশ্নকাকত বিতৰণৰ সময় ভুল হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ লিখাৰ বাবে সময় নাটনি হোৱা বুলি উত্থাপন কৰা অভিযোগৰ পাছ...