August 8, 2024 1:24 PM August 8, 2024 1:24 PM

views 14

নীৰজ চোপ্ৰাই আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব

যোৱাবাৰৰ অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব। একেদৰে ভাৰতীয় পুৰুষ হকী দল আজি বিয়লি ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনৰ সন্মুখীন হ'ব। মল্লযুদ্ধত বৰ্তি থকা একমাত্র পুৰুষ মল্লযোদ্ধা অমন শ্বেহবাৱাটৰ ওপৰতো ভাৰতীয় খেলপ্ৰেমীসকলৰ দৃষ্টি নিৱদ্ধ হৈ থাকিব। খেলুৱৈগৰাকী আজি বিয়লি পুৰুষৰ ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত অৱতীৰ্ণ হ'ব। আনহাতে মহিলা মল্লযোদ্ধা অঞ্চই ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত দেশক প্রতিনিধিত্ব কৰিব। ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটন...

August 6, 2024 9:17 PM August 6, 2024 9:17 PM

views 16

পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাই জেভলিন থ্ৰ’ত ৮৯.৩৪ মিটাৰ কৰি ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকত যোৱাবাৰৰ চেম্পিয়ন নীৰজ চোপ্ৰাই আজি পুৰুষৰ জেভলিন থ্ৰ'ত ৮৯.৩৪ মিটাৰ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। একেটা ইভেন্টতে এছিয়ান গেমছত ৰূপক পদক লাভ কৰা কিশোৰ কুমাৰ জেনাই গ্রুপ-এৰ যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডত ১৫ স্থানতে থমকি ৰ'বলগীয়া হয়। মল্লযুদ্ধত এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত সোণৰ পদক বিজেতা ৱিনেশ ফোগাটে মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ইউক্রেইনৰ ওকছানা লিভাকক ৭-৫ত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে ফোগাটে প্রি-কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ছুছাকী য়ুইক ৩-২ ফলাফল...

May 11, 2024 4:51 PM May 11, 2024 4:51 PM

views 3

দোহা ডায়মণ্ড লীগ ২০২৪, প্রতিযোগিতাত দ্বিতীয় স্থান নিশ্চিত নীৰজ চোপ্ৰাৰ

ভাৰতীয় জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই দোহা ডায়মণ্ড লীগ ২০২৪ প্রতিযোগিতাত দ্বিতীয় স্থান নিশ্চিত কৰিছে। জেভলিনৰ শীৰ্ষ স্থানৰ খেলুৱৈ জাকোব জাদলেজতকৈ মাত্র দুই চেণ্টিমিটাৰ কম জেভলিন দলিয়াই তেওঁ দ্বিতীয় স্থান লাভ কৰে। বতাহৰ পৰিপ্ৰেক্ষিতত নীৰজে একেৰাহে দ্বিতীয়বাৰৰ বাবে দোহাত চূড়ান্ত বিজয়ীৰ খিতাপ দখলত ব্যৰ্থ হয়।