November 14, 2024 8:55 PM November 14, 2024 8:55 PM
4
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰৰ কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ গতি ত্বৰান্বিত হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়া
কেন্দ্ৰীয় উত্তৰ-পূব উন্নয়ন মন্ত্রী জ্যোতিৰাদিত্য সিন্দিয়াই কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰখনৰ কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ গতি ত্বৰান্বিত হৈছে। দিনজোৰা ভ্ৰমণসূচীৰে মিজোৰামলৈ অহা মন্ত্ৰীগৰাকীয়ে আজি আইজলত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰে অঞ্চলটোত ভাৰতীয় অৰ্থনীতিৰ অন্যতম চালিকা শক্তিত পৰিণত কৰিবলৈ বিচাৰে। দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ উত্তৰ-পূৰ্বাঞ্চলে দেশখনৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মিজোৰামৰ বিষয়ে উল্লেখ কৰি মন...