April 30, 2025 8:06 PM
উত্তৰ-পূৰ্বাঞ্চলৰ হজ যাত্ৰীক মদিনালৈ পঠিয়াবলৈ সাজু
অসম, নাগালেণ্ড, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ যুটীয়া ৰাজ্যিক হজ সমিতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ হজ যাত্ৰী সকলক মদিনালৈ পঠিয়াবলৈ সাজু হৈছে। হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে আজি ...