November 15, 2024 8:18 PM

views 10

শ্বিলঙত দ্বিতীয় উত্তৰ-পূব অসামৰিক বিমান পৰিবহন সন্মিলন

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ উদ্যোগত আজি শ্বিলঙত দ্বিতীয় উত্তৰ-পূব অসামৰিক বিমান পৰিবহণ সন্মিলন অনুষ্ঠিত হয়। বিভাগীয় কেন্দ্রীয় মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ অধ্যক্ষতাত এই সন্মিলনৰ অংশ হিচাপে আয়োজিত ৰাজ্যসমূহৰ দৃষ্টিভংগী শীৰ্ষক বৈঠকত অসমৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত দিয়া ভাষণত পৰিবহণ মন্ত্ৰীগৰাকীয়ে অসম তথা উত্তৰ-পূবত অসামৰিক বিমান পৰিবহণ খণ্ডৰ পৰিসৰ বৃদ্ধি আৰু বিকাশৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰে। তেওঁ ৰাজ্যখনৰ ৬টা বিমানবন্দৰ...