October 24, 2024 12:54 PM

views 39

ডানাৰ বাবে এন ডি আৰ এফৰ ওড়িশাত ২০ টা আৰু পশ্চিমবঙ্গত ১৩ টা দল নিয়োগ

ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনী এন ডি আৰ এফে ডানা নামৰ ঘূৰ্ণী বতাহজাকে ভূভাগত খুন্দা মৰাৰ পূৰ্বে ওড়িশাত বাহিনীটোৰ ২০ টা আৰু পশ্চিমবঙ্গত ১৩ টা দল নিয়োগ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনীৰ উপ-মহাপৰিদৰ্শক মহচেন চাহিদে কয় যে, পশ্চিমবঙ্গত যিকোনো পৰিস্থিতিৰ জোৰা মৰাৰ বাবে চাৰিটা দল সাজু কৰি ৰখা হৈছে। অন্ধ্ৰপ্ৰদেশৰ ৱিজাকতো প্রস্তুতি সম্পূৰ্ণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীচাহিদে কয় যে, ছত্তীশগড় আৰু ঝাৰখণ্ডতো সম্ভাৱ্য পৰিস্থিতিৰ সন্মুখীন ...