October 7, 2025 8:10 PM October 7, 2025 8:10 PM
9
ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি পুঁজিৰ অধীনত অসম আৰু গুজৰাটলৈ ৭০৭ কোটিতকৈও অধিক টকাৰ বিত্তীয় সাহায্যত অনুমোদন
কেন্দ্ৰই অগ্নি নির্বাপণ সেৱাৰ আধুনিকীকৰণ তথা বিকাশৰ বাবে ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি পুঁজিৰ অধীনত হাৰিয়ানা, মধ্য প্রদেশ আৰু ৰাজস্থানলৈ ৯০৩ কোটি টকা বিত্তীয় সাহায্য মঞ্জুৰ কৰিছে। গৃহ মন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন উচ্চ পৰ্য্যায়ৰ সমিতিয়ে এই অনুমোদন জনায়। নির্দিষ্ট ধনৰাশিৰ ভিতৰত ১১৭কোটিতকৈও অধিক হাৰিয়ানাৰ বাবে, ৩৯৭ কোটি মধ্য প্রদেশৰ বাবে আৰু ৩৮৮ কোটিতকৈও অধিক টকা ৰাজস্থানৰ বাবে মঞ্জুৰ কৰা হৈছে। তদুপৰি, সমিতিখনে একেই পুঁজিৰ অধীনত অসম আৰু গুজৰাটলৈ ৭০৭ কোটিতকৈও অধিক টকাৰ বিত্তীয় সাহায্যত অ...