June 7, 2024 8:01 PM June 7, 2024 8:01 PM

views 11

পৰহিলৈ একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে শপত গ্রহণ বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীৰ

বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে শপত গ্রহণ কৰিব। নতুন দিল্লীত আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা, এন ডি এৰ সংসদীয় দলৰ বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই কথা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত বাক্য পাঠ কৰাব। এন ডি এ নেতাসকলে আজি সংসদীয় দলৰ বৈঠকৰ পাছতে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু নতুন চৰকাৰ গঠনৰ বাবে দা...