June 9, 2025 6:46 PM
19
প্রধানমন্ত্রী নেতৃত্বাধীন চৰকাৰৰ একাদশ বর্ষপুর্তি উপলক্ষে মাই গভত বিভিন্ন প্রতিযোগিতাৰ আয়োজন
কেন্দ্ৰত প্রধানমন্ত্রী নেতৃত্বাধীন চৰকাৰৰ একাদশ বর্ষপুর্তি উপলক্ষে ভাৰত চৰকাৰৰ নাগৰিক সংযোগ মঞ্চ মাই গভত বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। বিগত দশকত ভাৰতে এক উল্লেখযোগ্য বৃদ্ধি আৰু পৰিৱৰ্তন সাক্ষী হৈ আহিছে। উন্নত পথ আৰু শক্তিশালী স্বাস্থ্যসেৱা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি উন্নীতকৃত ৰাজহুৱা সুবিধা উন্নত সুৰক্ষা ব্যৱস্থা, আৰু সম্প্ৰসাৰিত ডিজিটেল আন্তঃগাঁথনিলৈকে। এই পৰিৱৰ্তনসমূহ উদযাপন আৰু নথিভুক্ত কৰিবলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মাইগভৰ সহযোগত দেশৰ সকলো নাগৰিককে "বদালতা ভাৰত মেৰা অনুভৱ ব্লগ লি...