February 18, 2025 12:56 PM

views 19

অসমৰ পাঁচখন মহাবিদ্যালয়ক দ্বৈত ডিগ্ৰীৰ স্বীকৃতি প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ নেচনেল কাউন্সিল অব টিছাৰ্চ এডুকেচনৰ

কেন্দ্ৰীয় চৰকাৰৰ নেচনেল কাউন্সিল অব টিছাৰ্চ এডুকেচনে অসমৰ পাঁচখন মহাবিদ্যালয়ক দ্বৈত ডিগ্ৰীৰ স্বীকৃতি প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি এন চি টি ইৰ অধীনত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়, টিয়কৰ চি কে বি মহাবিদ্যালয়, ডিগবৈ মহাবিদ্যালয় আৰু লখিমপুৰ ছোৱালী মহাবিদ্যালয়ক এই স্বীকৃতি প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে অসমৰ প্ৰায় ৩৫০ খন মহাবিদ্যালয়ৰ ভিতৰত ১৩ খন শিক্ষানুষ্ঠানে এই পর্যন্ত দ্বৈত ডিগ্ৰীৰ স্বীকৃতি লাভ কৰিছে। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নতুনকৈ দ্...