June 11, 2024 9:06 PM

views 15

টিডিপিৰ নেতা এন চন্দ্রবাবু নাইডু অন্ধ্রপ্রদেশ বিধানসভাৰ এন ডি এৰ নেতা নিৰ্বাচিত

টিডিপিৰ নেতা এন চন্দ্রবাবু নাইডু অন্ধ্রপ্রদেশ বিধানসভাৰ এন ডি এৰ নেতা হিচাপে নিৰ্বাচিত হৈছে। বিজয়ৱাড়াত অনুষ্ঠিত তেলেগু দেশম পার্টী, জনসেনা আৰু বিজেপিৰ বিধায়কসকলৰ বৈঠকত সৰ্বাসন্মতিক্রমে শ্রীনাইডুক নেতা হিচাপে নিৰ্বাচিত কৰা হয়। জনসেনা পাৰ্টীৰ মুৰব্বী তথা পীতা পুৰুমৰ বিধায়ক কে পৱন কল্যাণে বিধানসভাত চন্দ্ৰবাবু নাইডুৰ নাম এন ডি এৰ নেতা হিচাপে প্ৰস্তাৱ কৰে আৰু এন ডি এৰ বিধায়কসকলে এই প্ৰস্তাৱ সৰ্বসন্মতিক্রমে সমৰ্থন কৰে। উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত অন্ধ্ৰপ্ৰদেশত ১৬৪ খন বিধানসভাৰ আসনেৰে সংখ্যাগ...