April 8, 2024 6:24 PM

views 37

শৈক্ষিক সমলসমূহৰ স্বত্ব উলংঘন সন্দৰ্ভত এন চি ই আৰ টিৰ পৰামৰ্শমূলক সতর্কতা জাৰি

 ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ আয়োগ অর্থাৎ এন চি ই আৰ টিয়ে ইয়াৰ শৈক্ষিক সমলসমূহৰ স্বত্ব উলংঘন সন্দৰ্ভত পৰামৰ্শমূলক সতর্কতা জাৰি কৰিছে। এই জাননী অনুসৰি কোনো ব্যক্তি বা সংস্থাই যাৱতীয় অনুমতি অবিহনে আয়োগৰ দ্বাৰা প্ৰকাশিত পাঠ্যপুথিসমূহৰ বিষয়বস্তু ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰিলে তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। শৈক্ষিক প্রতিষ্ঠানটোৱে লগতে জাননীখনত অবৈধভাৱে তেওঁলোকৰ সমল সংযোজন কৰি কোনো সংস্থাই প্ৰকাশ কৰা পাঠ্যপুথি বা কর্মপুথি ব্যৱহাৰ নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। তদুপৰি,...