July 5, 2024 12:42 PM July 5, 2024 12:42 PM

views 11

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অধীনত এন চি ই আৰ টিৰ নতুন পাঠ্যপুথি প্ৰণয়নৰ কাম অব্যাহত

এন চি ই আৰ টিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম পৰিকাঠামোৰ অধীনত নতুন পাঠ্যপুথি প্ৰণয়নৰ কাম অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত নতুন পাঠ্যপুথি প্ৰৱৰ্তন কৰা হ'ব। শিক্ষা মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি নতুন পাঠ্যপুথি প্ৰণয়নৰ কাম চূড়ান্ত পৰ্যায়ত আছে আৰু তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ বাবে ৯খন পাঠ্যপুথি ইতিমধ্যে উপলব্ধ কৰোৱা হৈছে। বাকী ৮ খন পাঠ্যপুথি অতি সোনকালে উপলব্ধ হ'ব বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কা...