January 30, 2025 8:55 PM

views 22

কটন বিশ্ববিদ্যালয়ত যুৱ অংশগ্ৰহণ প্রকল্প শীৰ্ষক অনুষ্ঠানৰ আয়োজন

স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী এন চি চিয়ে আজি কটন বিশ্ববিদ্যালয়ত যুৱ অংশগ্ৰহণ প্রকল্প শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্রী নন্দিতা গাৰ্লোছা, এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্রধান সেনাবাহিনীৰ পদকপ্রাপ্ত মেজৰ জেনেৰেল গগনদীপকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত ৫০০ৰো অধিক এন চি চি সদস্যই অংশগ্ৰহণ কৰে। পৰিস্কাৰ- পৰিচ্ছন্নতা...

September 22, 2024 8:02 PM

views 45

কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী -এন চি চিৰ যুটীয়া ৰাজ্যিক প্ৰতিনিধি আৰু উপ-সঞ্চালক প্ৰধান সন্মিলন

প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী -এন চি চিৰ যুটীয়া ৰাজ্যিক প্ৰতিনিধি আৰু উপ-সঞ্চালক প্ৰধান সন্মিলনৰ অধ্যক্ষতা কৰিব। সন্মিলনৰ সময়ত শেহতীয়াকৈ এন চি চিৰ কেডেটৰ সংখ্যা ১৭ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যে অনুমোদন দিয়া সম্প্ৰসাৰণ আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হ'ব। প্রতিনিধিসকলে লগতে এন চি চিৰ নীতি, অর্থনৈতিক প্রয়োজন আৰু নতুন প্রশিক্ষণ কেন্দ্র তথা কেম্পৰ আন্তঃগাঁথনি উন্নত কৰাৰ উদ্দেশ্যে অংশীদাৰসকলৰ মাজত সহযোগিতা বৃদ্ধিৰ বিভিন্ন দিশ সন্...