May 19, 2025 12:15 PM
এনচিচিৰ অভিযান দলৰ মাউন্ট এভাৰেষ্ট সফলতাৰে আৰোহণ
ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী এনচিচিৰ এটা অভিযান দলে মাউন্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে। দলটোত ১০ গৰাকী এন চি চি কেডেটৰ লগতে চাৰিজন বিষয়া, দুগৰাকী ক...