May 19, 2025 12:15 PM
12
এনচিচিৰ অভিযান দলৰ মাউন্ট এভাৰেষ্ট সফলতাৰে আৰোহণ
ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী এনচিচিৰ এটা অভিযান দলে মাউন্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে। দলটোত ১০ গৰাকী এন চি চি কেডেটৰ লগতে চাৰিজন বিষয়া, দুগৰাকী কনিষ্ঠ বিষয়া, এগৰাকী মহিলা কেডেট প্ৰশিক্ষক আৰু ১০ গৰাকী অনা অন্তৰ্ভুক্ত বিষয়া আছিল। এই দহজন কেডেটৰ ভিতৰত পাঁচজন ল'ৰা আৰু পাঁচগৰাকী ছোৱালী। যোৱা ৩ এপ্ৰিলত নতুন দিল্লীৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই অভিযান পতাকা জোকাৰি শুভাৰম্ভ কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, নির্বাচিত কেডেটসকল কম বয়সীয়া আৰু তে...