January 23, 2025 1:02 PM
শিৱসাগৰৰ নাজিৰাত মঙলবাৰৰ পৰা ১৬ দিনীয়া তিৱা গীত আৰু নৃত্যৰ কৰ্মশালা
জনজাতি গৌৰৱ বৰ্ষৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলাৰ নাজিৰাৰ প্ৰৱাহ নামৰ এটা বেচৰকাৰী সংস্থা আৰু অ’ এন জি চিৰ উদ্যোগত মঙলবাৰৰ পৰা ১৬ দিনীয়া তিৱা গীত আৰু নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালা...