January 7, 2026 10:19 PM
6
ছত্তিশগড়ৰ ছুকমা জিলাত ২৬জন নক্সালবাদীৰ আত্মসমৰ্পণ
ছত্তিশগড়ৰ ছুকমা জিলাত আজি ২৬জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰে। ইয়াৰে ১৩জন নক্সালবাদীৰ শিৰৰ মূল্য ৬৫ লাখ টকা আছিল। ছুকমা জিলাৰ আৰক্ষী অধীক্ষক কিৰণ চাৱনে প্ৰকাশ কৰা মতে পুনা মার্জেম পুনর্বাস পদক্ষেপৰ অধীনত ৭গৰাকী মহিলাকে ধৰি নক্সালবাদীৰ দলটোৱে শীৰ্ষ আৰক্ষী বিষয়া আৰু চি আৰ পি এফৰ বিষয়াৰ সন্মুখত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণকাৰী নক্সালবাদী কেইজন পিপ্লছ লিবাৰেচন গৰিলা আৰ্মী বেটেলিয়নৰ সদস্য আছিল আৰু তেওঁলোকে দক্ষিণ বাষ্টাৰ, মাড আৰু অন্ধ্র-ওড়িশা সীমান্তৰ মাওবাদী অধ্যুষিত অঞ্চলত সক্ৰিয় হৈ আছিল। তেওঁল...