April 30, 2024 6:51 PM

views 43

এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীৰ নৌসেনাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ

এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীয়ে আজি নৌসেনাৰ মুৰববী হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ এডমিৰেল আৰ হৰি কুমাৰৰ স্থলাভিষিক্ত হৈছে। দায়িত্ব গ্ৰহণ কৰাৰ পাছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এডমিলে ত্রিপাঠীয়ে কয় যে ভাৰতীয় নৌসেনাই সমুদ্র পথেৰে হ'ব পৰা সম্ভাৱ্য যুদ্ধৰ বাবে সকলো সময়তে সাজু হৈ থকা উচিত। মুৰবৰীগৰাকীয়ে কয় যে তেওঁ নতুন প্রযুক্তিৰ ব্যৱহাৰ আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ গুৰুত্বপূৰ্ণ স্তম্ভ হৈ ভাৰতীয় নৌসেনাৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰচেষ্টা শক্তিশালী কৰি তুলিব। শ্রী ত্রিপাঠীয়ে পশ্চিম নৌসেনাৰ ‘ফ...